Posts

Showing posts from October, 2019

Koch Rajbongshi attire (dress)

Image
কোচ ৰাজবংশী ৰ জাতীয় পোষাকেৰ ওপৰয কিছু কথা  পৃথিৱীৰ বুকুত জন্মগ্রহন কৰা প্রতিটা ছোট ছোট জাতি জনগোষ্টীৰে নিজস্ব স্বকীয়তা আছে আৰ যেগিলা জাতি জনগোষ্টীয়ে এই নিজস্ব স্বকীয়তা ৰক্ষা কৰি সমাজেৰ অগ্রগতিৰ সাথত তাল মিলি চলিবাৰ সক্ষম হইছে উমায় হে বিশ্বৰ দৰবাৰত নিজস্ব পৰিচয় তুলি ধৰি স্বগৌৰৱত জীৱন ধাৰন কৰি আছে । এই কথা সগায় জানেন যে একটা জাতিৰ স্বকীয় পৰিচয় বুলিতে ঐ জাতিটাৰ এক নির্দিষ্ট আচাৰ ৰীতি নীতি ইত্যাদি তথা সংস্কৃতিৰ কথাকে বুজায় । একটা জাতিৰ সংস্কৃতিৰ ভিতিৰাত পৰে ঐ জাতিটাৰ মানুষগিলাৰ খাওৱা-খাদ্য, নাচ-গান, পিন্ধন উৰণেৰ থাকি আৰম্ভ কৰি জীৱন ধাৰনেৰ সমস্ত আদব কায়দাগিলা । তাতে জাতিটাৰ স্বকীয়তা অর্থাৎ এক আলাদা বৈশিষ্ট পৰিস্ফুট হয় । প্রকৃতার্থত এই বসুন্দৰাৰ সৃষ্টি কর্তা কায় তাক সঠিক কৰি কওৱাটা  টান । হইলেও কিন্তু আমা আমাৰ দুনিয়া খানেৰ আৰম্ভনি যিহেতু মাৰ থাকিয়ায় পাং সেইসত্বে ধৰি নিবা লাগিব যে মাওয়ে হইল আমাৰ সৃষ্টি কর্তা, মাওয়ে হইল সমাজেৰ গুৰি ধৰোতা আৰ মাওয়ে হইল সউগ কিছুৰ হর্তা কর্তা । অথাৎ মাৰ হাততে আমাৰ প্রাণ, মাৰ হাততে আমাৰ বাচি থাকাৰ সন্মান আৰ মাৰ হাততে নির্ভৰ কৰে সমাজেৰ আসল প্রমান পত্র খান ।